অসমৰ চৰ-চাপৰি আৰু মিঞা বিতৰ্ক।

চৰ-চাপৰি অঞ্চলক লৈ কিছুমান লোকৰ মনত আজিও ভুল ধাৰণা আৰু অপপ্ৰচাৰ বিয়পি আছে। কিন্তু ইতিহাস, নথি-পত্ৰ আৰু বাস্তৱ উদাহৰণে স্পষ্টকৈ প্ৰমাণ কৰে যে চৰ-চাপৰিৰ মুছলমান সমাজ কেৱল অসমৰ জনসংখ্যাৰ অংশই নহয়, শিক্ষা আৰু সমাজ গঠনৰ ক্ষেত্ৰতো অগ্ৰণী ভূমিকা লৈ আহিছে। আজিৰ পৰা এশ বছৰৰো অধিক পূৰ্বেই চৰ-চাপৰি অঞ্চলত বসবাস কৰা মুছলমান লোকসকলে শিক্ষাৰ গুৰুত্ব বুজিContinue reading “অসমৰ চৰ-চাপৰি আৰু মিঞা বিতৰ্ক।”

Design a site like this with WordPress.com
Get started