★শাসন ব্যৱস্থাৰ পৰিৱৰ্তন★

আমাৰ গুৰুত্বপূৰ্ণ কর্মসূচী হ’ল ভাৰতক প্রকৃত স্বাধীন ফেডাৰেল দেশৰূপে গঢ়ি তোলা, য’ত গাঁও বা বস্তি হ’ব ক্ষমতাৰ মূল কেন্দ্ৰ। স্বাধীন ভাৰত ফেডাৰেল ব্যৱস্থা→ সর্বোচ্চ ক্ষমতাসম্পন্ন গাঁৱৰ ধাৰণা আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ জাতীয় কর্মসূচী। ভাৰত এতিয়াও প্রকৃতপক্ষে স্বাধীন নহয় বুলি ভাবো আৰু সেয়ে দ্বিতীয় স্বাধীনতা ৰণ এখনৰ পোষকতা কৰো। স্বাধীন ভাৰতৰ শাসন ক্ষমতা পুনৰ দেশীয় বুৰ্জোৱা জমিদাৰমাটিগিৰিৰContinue reading “★শাসন ব্যৱস্থাৰ পৰিৱৰ্তন★”

কৃষক মুক্তি সংগ্ৰাম সমিতি,ডিব্ৰুগড় সদৰ সমিতিৰ পুৰণি সমিতি ভংগ কৰি নতুন সমিতি গঠন।

আজি ইংৰাজী ১৯ জানুৱাৰী ২০২৩ তাৰিখ ডিব্ৰুগড় স্থিত নাট্য মন্দিৰত কৃষক মুক্তি সংগ্ৰাম সমিতি,ডিব্ৰুগড় সদৰ সমিতিৰ সভাপতি শ্ৰী প্ৰদীপ হালৈৰ সভাপতিত্বত কৃষক মুক্তি সংগ্ৰাম সমিতি সদৰ সমিতিৰ প্ৰতিনিধি ও বিষয় বাছনি সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত লাহোৱাল আঞ্চলিক সমিতি আৰু বৰবৰুৱা আঞ্চলিক সমিতিখনক চামিল কৰি শক্তিশালী ৰূপত সদৰ সমিতিখন বহুলভাৱে গঠন কৰা হয় ।সভাপতিৰContinue reading “কৃষক মুক্তি সংগ্ৰাম সমিতি,ডিব্ৰুগড় সদৰ সমিতিৰ পুৰণি সমিতি ভংগ কৰি নতুন সমিতি গঠন।”

Design a site like this with WordPress.com
Get started