আকৌ নোট বাতিল।

২০০০ টকীয়া নোট এইবাৰ বাতিল। ৰিজাৰ্ভ বেংকে ২০০০ টকীয়া নোট ছপা নকৰে। বজাৰত থকা ২০০০ টকীয়া নোট আপাততঃ বৈধ হৈ থাকিব। ২০০০ টকাৰ নোট ৩০ ছেপ্টেম্বৰলৈকে বৈধ হ’ব। গ্ৰাহকে ২০০০ টকীয়া নোট বেংকত জমা দি তাৰ পৰিৱৰ্তে আন এখন নোট লাভ কৰিব পাৰিব। ভাৰতীয় ৰিজাৰ্ভ বেংকে সিদ্ধান্ত লৈছে যে ২০ হাজাৰ টকা পৰ্যন্ত নোট বেংকতContinue reading “আকৌ নোট বাতিল।”

Create your own website, free on WordPress.com.Create your own website.
Start free