শেহতীয়া খবৰ অনুসৰি, ১৩ জুন, ২০২৫ তাৰিখে ইজৰাইলে ইৰানৰ পাৰমাণৱিক আৰু সামৰিক ঘাঁটিৰ ওপৰত বৃহৎ পৰিসৰত বিমান আক্ৰমণ কৰিছিল, যাক ইজৰাইলে “অপাৰেশ্যন ৰাইজিং লায়ন” নাম দিছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে এই আক্ৰমণক ইৰানৰ পাৰমাণৱিক কাৰ্যক্ৰমক “বছৰ বছৰ ধৰি পিছুৱাই” দিয়াৰ লগতে ইজৰাইলৰ বাবে “অস্তিত্বৰ সংকট” ৰোধ কৰাৰ বাবে জৰুৰী আছিল বুলি দাবী কৰিছে। তেওঁ দাবীContinue reading “ইজৰাইল আৰু ইৰানৰ মাজৰ শেহতীয়া উত্তেজনা।”
Tag Archives: আন্তৰ্জাতিক খবৰ
সোমবাৰে প্ৰকাশ পালে তুৰস্কৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল।
বিগত দুটা দশক ধৰি তেওঁ তুৰস্কৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ জয়ৰ বাবে অভিনন্দন বাৰ্তা প্ৰেৰণ কৰে। এটা টুইটত প্ৰধানমন্ত্ৰীয়ে লিখিছে, ‘তুৰস্কৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন। মই নিশ্চিত যে ভৱিষ্যতেও আমাৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু বিশ্বজনীন বিষয়ত পাৰস্পৰিক সহযোগিতা বৃদ্ধি পাই থাকিব।’ বিজয় হোৱাৰ পিছত এৰদোগানে নিজৰ সমৰ্থকContinue reading “সোমবাৰে প্ৰকাশ পালে তুৰস্কৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল।”
ভাৰতে ৰাছিয়াৰ খাৰুৱা তেল ক্ৰয় আৰু শোধন কৰি ইউৰোপত বিক্ৰী কৰাৰ অভিযোগ, বাধা দিব ইউৰোপীয় ইউনিয়নে।
ইউৰোপত ডিজেলকে ধৰি শোধিত ইন্ধন হিচাপে ৰাছিয়াৰ তেলক নিষেধাজ্ঞা কৰিবলৈ আহ্বান জনাইছে ইউৰোপীয় সংঘৰ বৈদেশিক নীতিৰ মুৰব্বী গৰাকীয়ে ইউক্ৰেইনৰ যুদ্ধৰ মাজতে পশ্চিমীয়া নিষেধাজ্ঞাৰ পৰা হাত সাৰিবলৈ ভাৰতৰ ভূমিকাক স্পষ্টভাৱে সমালোচনা কৰি ইউৰোপীয় ইউনিয়নৰ বৈদেশিক নীতিৰ মুৰব্বী জোচেপ বৰেলে ৰাছিয়াৰ তেল ব্যৱহাৰ কৰা ভাৰতীয় পেট্ৰলিয়াম সামগ্ৰীৰ আমদানিৰ বিৰুদ্ধে নিষেধাজ্ঞা কৰিব বুলি কয়। ফাইনেন্সিয়েল টাইমছৰ সৈতে হোৱাContinue reading “ভাৰতে ৰাছিয়াৰ খাৰুৱা তেল ক্ৰয় আৰু শোধন কৰি ইউৰোপত বিক্ৰী কৰাৰ অভিযোগ, বাধা দিব ইউৰোপীয় ইউনিয়নে।”
ৰাছিয়াৰ আক্ৰমণে ইউক্ৰেইনত পেট্ৰিয়াট ব্যৱস্থা ধ্বংস কৰি পেলালে বুলি আমেৰিকাই স্বীকাৰ কৰিছে।
ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণত আমেৰিকাত নিৰ্মিত পেট্ৰিয়াট এয়াৰ ডিফেন্স মিছাইল চিষ্টেম ক্ষতিগ্ৰস্ত হোৱা বুলি আমেৰিকাৰ দুগৰাকী বিষয়াই প্ৰকাশ কৰিছে। তেওঁলোকৰ দাবী, যদিও সম্পূৰ্ণৰূপে ধ্বংস হোৱা নাই, তথাপিও ইয়াৰ কিছু ক্ষতি হোৱা বুলি কৈছে । ( নিউজ ৰয়টাৰ) নাম প্ৰকাশ নকৰাকৈয়ে আমেৰিকাৰ এজন বিষয়াই কয় যে ৱাশ্বিংটন আৰু কিয়েভে ইতিমধ্যে ক্ষতিগ্ৰস্ত প্ৰতিৰক্ষা ব্যৱস্থা মেৰামতিৰ সৰ্বোত্তম উপায় সম্পৰ্কেContinue reading “ৰাছিয়াৰ আক্ৰমণে ইউক্ৰেইনত পেট্ৰিয়াট ব্যৱস্থা ধ্বংস কৰি পেলালে বুলি আমেৰিকাই স্বীকাৰ কৰিছে।”