যুদ্ধবিধ্বস্ত চুডানত আবদ্ধ ভাৰতীয় নাগৰিকক উদ্ধাৰ অভিযান অব্যাহত। যুদ্ধবিধ্বস্ত চুডানত আবদ্ধ ভাৰতীয় নাগৰিকক উদ্ধাৰৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে অপাৰেচন কাবেৰী ঘোষণা কৰে। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে সোমবাৰে এক টুইটযোগে এই কথা প্ৰকাশ কৰে। এক টুইটযোগে জয়শংকৰে কয় যে ইতিমধ্যে ৫০০ ভাৰতীয় চুডানৰ বন্দৰত উপস্থিত হৈছে। তাৰ পৰা তেওঁলোকক সোনকালে উদ্ধাৰ কৰা হ’ব। প্ৰসংগক্ৰমেContinue reading “যুদ্ধবিধ্বস্ত চুডানত আবদ্ধ ভাৰতীয় নাগৰিকক উদ্ধাৰ অভিযান অব্যাহত।”